TAAI

Mex Borbora

0 fans

Mex Borbora


3:02
#1

 Struggling with TAAI? Become a better singer in 30 days with these videos!

যেতিয়া কাষলে তাই
আহোঁ-নাহোঁ কৰে হাঁই
মিচিকি হাঁহিৰে চাই
মোৰ মন যে কিয় পগলা হাঁই
যেতিয়া কাষলে তাই
আহোঁ-নাহোঁ কৰে হাঁই
লাজতে যেনি-তেনি চাই
মোৰ মন যে কিয় পগলা হাঁই

পিছে তাই যেতিয়া কথা পাতে মোৰ সতে
পিছে তাই যেতিয়া কথা পাতে মোৰ সতে
মই তেতিয়াহে ভাবো যে
"কোনোবা ইমান ধুনীয়া সঁচাকে কেনেকে হ'ব পাৰে ৰে!"

তাই যেতিয়া Instagram -ত সেই reels বোৰ দিয়ে
তাই যেতিয়া Instagram -ত সেই reels বোৰ দিয়ে
মই ঘৰৰে এটি কোণতে লুকাই-লুকাই
"গান গায় থাকো জানানে
আঃ কিজানিবা তোমাৰ লগত এদিন এটা duet কৰিব পাৰোৱেই,
পিছে মই বেয়া গাওঁ দেই এতিয়াই কৈছো"
"আঃ পিছে কথাখিন direct -এই কওঁ নেকি এতিয়া?"

শুনা চোন শুনা, এবাৰলে হলেও কোৱা
মোৰ এই feelings - খিনি
ইমানকেয কৈ আছো কিবা এটা reply -টো দিয়া
যেতিয়া তোমাকে কাষতে দেখো জানানে সঁচাকে
তেতিয়া মোৰ চকুৱে নেদেখে আন একোৱে
লগৰবোৰে পিছে বাৰে-বাৰে হাঁহে মোৰ ওপৰত
যেতিয়া কওঁ সিহঁতক, তুমি হ'বা মোৰ এদিন সঁচাকে
সিহঁতে হাঁহি-হাঁহি উৰাই দি কি কয় মোক জানা?

তাই চন্দ্ৰ, তই বাওঁনা
"তহঁতৰ মাজত নহয় একো ভাওনা বাদ দে,
তই বাদ দে বুজিছ!"
"আৰু এনেকে যেতিয়া শুনো ন
মোৰ কিবা কান্দো-কান্দো লাগে অ'
ঐ তুমি বুজিছা ন!"

 Struggling with TAAI? Become a better singer in 30 days with these videos!

Written by: Abhijeet Majumder, Mex Borbora

Lyrics © Sky Entertainment Assam

Lyrics Licensed & Provided by LyricFind

Discuss the TAAI Lyrics with the community:

0 Comments

    Citation

    Use the citation below to add these lyrics to your bibliography:

    Style:MLAChicagoAPA

    "TAAI Lyrics." Lyrics.com. STANDS4 LLC, 2024. Web. 24 Sep. 2024. <https://www.lyrics.com/lyric-lf/7208900/Mex+Borbora/TAAI>.

    Missing lyrics by Mex Borbora?

    Know any other songs by Mex Borbora? Don't keep it to yourself!

    Browse Lyrics.com

    Quiz

    Are you a music master?

    »
    Which guitarist replaced Ritchie Blackmore in Deep Purple?
    A Joe Walsh
    B Glenn Hughes
    C Ian Hunter
    D Tommy Bolin

    Free, no signup required:

    Add to Chrome

    Get instant explanation for any lyrics that hits you anywhere on the web!

    Free, no signup required:

    Add to Firefox

    Get instant explanation for any acronym or abbreviation that hits you anywhere on the web!

    Mex Borbora tracks

    On Radio Right Now

    Loading...

    Powered by OnRad.io